গতিসৰ নকৰাকৈ থাকে। কিন্তু, হে অর্জুন! আৰ্ত্ত, জিজ্ঞাসু, অর্ণার্থী আৰু জ্ঞানী (১) এই চতুর্বিধ লােকে মােক সততে ভজনা কৰে। ইবিলাকৰ ভিতৰত সদায় সমাহিত একনিষ্ঠ জ্ঞানীভক্ত পৰম উৎকৃষ্ট। কিয়নাে, ময়ো জ্ঞানীৰ অতিশয় প্রিয়, নীয়ে মােৰ অতিশয় প্রশ্ন ; কাৰণ জ্ঞানীভ আত্মাৰ স্বৰূপ, আনীভক্তই সমস্ত জগতকে পৰমাঝাস্বৰূপ দেখা পায়; তেনে মহাত্মা অতি বিৰল। অর্থাৎ, জন্মে-জন্মে পণ্য সঞ্চয় কৰি, পৰিশেষত জ্ঞানীভক্তই ভগবৎ প্ৰেমত বিহ্বল হৈ গােটেই জগতকে ভগবলার দর্শন কৰে। কামনাৰ প্ৰভাৱত যাৰ তত্ত্বজ্ঞান নিষ্ট এম সি সেই কামনামুযায়ী নিয়ম পালন কৰি উপদেৱতাদিৰ উপাসনাত ধৰে। কিন্তু, যিবিলাক সকাম ভক্তই স্ব-কাশনা অনুযায়ী কৰ্ম্মানুষ্ঠান কৰে, তাত সিবিলাকৰ আসক্তি মই গাঢ় কৰিহে দিওঁ। অর্থাৎ, যেয়ে যি ভাৱে যি দেৱতা বা ঈশ্বৰৰ স্বৰূপক অর্পন কৰে, অস্কৰ্য্যামী ভগৱানে সেই ভাৱেই সেই দেৱতাৰ জৰীয়তেই সেই অর্চনা গ্ৰহণ কৰি সেই কামনা পূর্ণ কৰে।" {২}। “কামনানুযায়ী অর্চনাৰে উপদেৱতাদি অর্চনা কৰাটো চুটিবুদ্ধিৰ কাম ; -তাৰ ফলত সেই আৰাধ্য দেৱতাক মাথােন লাভ কৰা ধায়। কিন্তু পৰমণ লাভ হবলৈ বাকী থাকে। অবিবেকী লােকে পৰমাত্মক অব্যয়ভাবে নাভাবি সব্যয় ভাৱে ভাবে। সকলোৱেই মােৰ স্বৰূপ দেখা পায়; কিন্তু মায়াৰ ঢাকনি ছেদ কৰি সেই স্বৰূপ দেখা কপটী ভক্তৰ ভাগত ঘটে। জীৱই দেহ ধাৰণ কৰিলেই সিবিলাকৰ অনুকূল বিষয় ভলৈ ইচ্ছা (১) আপদৰপৰা ৰিষৰ ৰে যি ভগবান আৰাধন কৰে, তেওঁ আক্ত; আজানলাভৰ অৰ্থে ঘি আৰাধনা লৰ, তেওঁ হি ; অর্থলাৰ অৰ্থে আৰনা কৰোতা জন অৰ্থা, আৰু ত্যাশী নিকান উপাসক আলী কা বােলে। (৩) গীতা, খ, ১১২২ শােক।
পৃষ্ঠা:গীতাসাৰ.pdf/৭০
অৱয়ব