পৃষ্ঠা:কুলাচল বধ.djvu/২০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুলাস-বধ। তাৈমাক প্ৰাৰ্থিল শিব বিৰিঞ্চি পুৰ্বত। জন্ম বাদ ভৈলা বসুদেব গৃত। ভকতৰ বাক্য ৰাখি গৈলা জপুৰ। ভকত বৎসল তুমি সবাৰ ঠাকুৰ। ভকতৰ ৰাখি না ফুৰা সৰ্বভাৰে। যেহেন পুত্ৰক এতিপাল কৰে মাৰে। আমি পাঞ্চ গুটি ভাই তোমাৰ কিন্তু পক্ষা যেন পক্ষ ঢাকি থাকা মোৰ। হে কফ তুমি বিনে গতি নাহি পান। আমি পা পাৰৰ তুমি আয়া প্ৰাণ। তুমি জগততে আছা জগতত তোমাতে। প্ৰকট ৰূপে বমি ছাহা সতে। কি কতৰ সঙ্গে থাকা সাশ। কৰত একটা আহাহা সনাতন। পুল বিধি জানে কৰে তোমাক নপাই অবশে কীৰ্তনে হোৱা দুই। এ দু দেখিয়ে পুত। তোমাৰু এধিয়া নি কৰিলা বেত নব বলেন।