সমললৈ যাওক

পৃষ্ঠা:কুঁহি.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাতনি । কুঁহি লিখকৰ প্ৰথম উদ্যম । এভেকে কুঁহিৰ ভাল বেয়া সকলো গুণগ্রাহী পাঠক সকলৰ হাতত। তামু- গ্ৰহ কৰি এবাৰ চকু ফুৰাই চালে লিখকৰ উদ্যম সাৰ্থক হৈছে বুলি ভাবিব পাৰিম । শ্রদ্ধাস্পদ শ্ৰীযুক্ত শৰৎ চন্দ্র গোস্বামী দেৱে কিতাপ খনি এবাৰ চকুকুৱাই দি উৎসাহ দিয়াত তেখেতৰ ওচৰত অশেষ কৃতজ্ঞ থাকিলো ।

0:-

শিখ ক