পৃষ্ঠা:কিৰাত-পৰ্ব্ব ভাৰত.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাতনি।

  নিচেই পুৰণী সাঁচি পটীয়া অর্থাৎ ১২৮০ শঁকত লিখা পুথি এখনীৰ পৰা নকল কৰি, চাপা কৰাইছো ৷ বর্ণাশুদ্ধি যিমান দূৰ পৰা যায় কৰা হল। ইতি

জাজি,পোঃ।
ভাদ, ১৯০৯ ।
শ্ৰীদেবেশ্বৰ শৰ্ম্মা বড় ঠাকুৰ ৷