পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিহাৰত অনেক শিক্ষিত হিন্দু মানুহে তেওঁলোকৰ ভিতৰৰপৰা তিৰোতাৰ পদ প্রথা উঠাই দিবলৈ খুব চেষ্টা কৰিছে।আমি আশাকৰো অচিৰতে তেওঁলোককৃতকার্য হব। লঙ্ক দুষ্ক ওৰণি, পদাৰে সৈতে যি তিৰোতা মানুহৰ চৰিত্ৰ আৰু সতীত্বক এঠা-এঠিকৈ লাগি থকা বুলি ভাবে, তেওঁলোকৰ মনত এবাৰো নেখেলায় যে ভাৰতবৰ্ষৰ অনেক প্রদেশ আছে, ঘাইকৈ দক্ষিণত যততিৰোতাৰ ভিতৰত পদানাই, অথচ স্ত্রী চৰিত্ৰনিৰ্ম্মল থকাত ব্যাঘাত ঘটানাই। পদাচলি থকা দেশতে পদাৰ্থকাসত্ত্বেও তেনেনিৰ্ম্মলতাৰ পূৰা দাবীনচলে। অৱশ্যে কলামেৰছাগসকলোজাকতে থাকে। পদাৰ ভিতৰত থাকিও মন নিৰ্ম্মল হৈ থকাত কোনো ব্যাঘাত নঘটে । অনেকে কয় যেতিৰোতাকশিক্ষানিদিয়াকৈ পদ তুলি দিবলৈ গ’লে কুফল ফলিব । এই কথাত সাৰ নাই। অশিক্ষিত হাজাৰ হাজাৰ গাঁৱলীয়া তিৰোতা আছে যি সজ চৰিত্ৰ আৰু সতীত্বৰ বিষয়ত নগৰীয়া শিক্ষিত মহিলাৰ আদর্শ হ'ব পাৰে। এইবোৰ মিছা আপত্তি অসাৰ তর্ক। আমাৰ দৃঢ় বিশ্বাস ভাৰতৰপৰা যিমান সোনকালে পদ্ধাৰ এন্ধাৰ পলাব, সিমান সোনকালে ভাৰতৰ মঙ্গল । পৰ্দাৰ বিৰাট দুর্গ তুৰ্কীৰপৰা পদ গ’ল, আফগানিস্থানেও সেইবাটকে ধৰিছে।"

  • বাহী সপ্তম বছৰ, পঞ্চম সংখ্যা, ভাদ, ১৮৫০ শক।

(>5) বয়সহৈ অহাৰ লগে লগে আমাৰ বুধিটোও ভোটাহৈ আহিছেনেকি কব নোৱাৰোঁ, আজিকালি দেখিছো, বৰ্ত্তমান কালৰ ডাঙৰ ডাঙৰ মানুহে কোৱা কথাবোৰ বুজিব নোৱাৰা হৈ আহিছে অলপতে “বোম্বাইৰ ৰায়ত (riot)এনকোৱাৰি কমিটিত”সাক্ষী দিওঁতে ভাৰতীয় নেতাসকলৰ ভিতৰৰ এটি বৰহিলৈ মৌলানা মহম্মদ আলিয়ে কৈছিল যে কংগ্ৰেছ গোটেইখন আজিকালি হিন্দু মহাসভাৰ মেল হৈ পৰিছে= "Congress had become an entirely Hindu Mahasabhagathering"মৌলনাৰ মুখৰ এই মহাবাগীকে stā; gaitā GĦ "The Executive Board of the anindamosiemconference"-aea ("R আমি অনেক ভাবি-চিন্তিও এই সিদ্ধান্তৰ সপক্ষে একোকে |