পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সিফালে মালিকে বৰং গোলামীৰ বান্ধটো চিৰকলীয়াকৈ ফটফটীয়া কৰিবলৈ জৰি যোৰা দিবই লাগিছে,যদিও সেইটো পেনবাটে সৈনাকাঢ়ে। গৰাকীৰ ভয়, গোলামবোৰ গোটখাই লগলাগিলেইজৰিভটৰ কৰেছিগিব পাৰে; সেইদেখি সেইটোৰ ফালে গৰাকীৰ তীক্ষ্ণ চকু যাতে তেনে যোগাযোগ নঘটে । “মজাৰ কথা" এইটোহে যে মুনিবে নিজৰ খোৱা পাতৰপৰা দলিয়াইদিয়া বস্তুৰ ভাগ সৰহকৈ পাবৰ নিমিত্তে গোলামহঁতে কৰি মৰিছে। ফলত মুনিবে গোলামহঁতৰ গতি দেখি মুখত উৰমালৰ সোপা দি হাঁহিছে । "হৰি হৰি কিনো ভেলি– অসিদ্ধি কম্পাল !” "Work for the freedom of Hindusthan as soldiers of Sri Krishna, – the Avatar of love—and you will never fail"—Vasani.”

  • বাহী ষোড়শ বছৰ, দ্বিতীয় সংখ্যা, জেঠ ১৮৪৮ শক।

(SA) - ডক্তৰ পেপিন (Dr.Papin)নামেৰে ফৰাছীডাক্তৰ এজন প্রথমতে হেনওভৰ (Hanover) ভাপ-নাও এখন সাজে। অৱশ্যে সেই প্রথম চেষ্টা যে বেচি সফল হৈছিল এনে নহয় কিন্তু ধৰ্ম্মধ্বজ খুষ্টান পাদুৰী আৰু গোৰা খৃষ্টানসকলে দলৰ সেইকাৰ্যত চৈতনৰ (satan)হাত দেখিবলৈ পাই S DD S DDD DDD BBBS BB BB BBB BBB নাওবৈচাবোৰে লগ লাগি ড্রাক্তৰৰ ভাপনাওখন ভাঙি পলাইছিল এই ঘটনাৰ প্ৰায় এশ বছৰৰ পিছতহে ফুলটন S LLLLL ttt t DDTT BB BBBBBDDD S t DD DS ZTT TBB DD BBBS STZBBB BBB BB BDD SSSSS BBB BB BBBS S BB BB S a tra (cowper) Nosti on "ario _ , aralasi arif,...,ß 5*, | avantasificarice