পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

চৰিত্ৰাৱলী

(পুৰুষ)

বিশ্বসিংহ-   ...  প্ৰাগজ্যোতিষপুৰাধিপতি
বিজয়সিংহ-   ...  কাশ্মীৰাধিপতি
অনঙ্গ-   ...  বিশ্বসিংহৰ পুত্ৰ
প্ৰতাপ সিংহ-  ...   কাশ্মীৰৰ প্ৰধান সেনাপতি
অনন্ত-  ...   মন্ত্ৰীপুত্ৰ
সূৰ্যসিংহ-   ...  কাশ্মীৰৰ প্ৰধান সেনাপতি
চন্দ্ৰহংস-  ...   মন্ত্ৰী
বীৰেন্দ্ৰসিংহ-   ...  প্ৰাগজ্যোতিষৰ প্ৰধান সেনাপতি
বসন্ত-   ...   অন্যতম
কাশ্মীৰৰ মন্ত্ৰী, সেনা, দুত, প্ৰহৰী, ঘাটক, সন্যাসী ইত্যাদি


(স্ত্ৰী)
ৰত্না-   ...   বিজয় সিংহৰ মাতৃ
কমলা-   ...    ভগ্নী
বিমলা-   ...  প্ৰভাপসিংহ "
সখী, লিগিৰী ইত্যদি