পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

| নতুন নতুন নতুন কবিতা পুথি “সৰহভাগ কবিতাত অসমীয়া সাহিত্যৰ একনিষ্ঠ সেৱক । সুকবি নেওগদেৱৰ স্বভাৱ-সুলভ আবেগৰ আকুলতা আৰু গভীৰ আন্তৰিকতা ফুটি উঠিছে। “বকুল বনত বহি টোকা আবেগৰ চকুলােৰে এই মুকুতা ৰচি তাৰে মালা এধাৰিকবিৰ জীৱনৰ লগ- ৰীলৈ উছৰ্গা কৰা অৰ্পণ” কবিতাটি শুৱলা হৈছে। এধানমান * হলেও, মুকুই অসমীয়া সাহিত্য ভৰালৰ সম্পদ বঢ়োৱাত ও

  • আমি সন্তোষ পাইছো।” -অসমীয়া

“আঠাইছটি চতুর্দশপদী কবিতাৰ এখন ধুনীয়া সৰু কিতাপ। নেওগদেও বয়সত নবীন হলেও গদ্য পদ্য ৰচনাত অসমীয়া । সাহিত্য ক্ষেত্ৰত এগৰাকী নাম লিখাৰু। অসমীয়া সাহিত্য E ভড়াললৈ দিয়া তেখেতৰ লেখিনি বহুমূলীয়া দাৰৰ ভিতৰত, “শুকুখনিও, আকাৰত সৰু হলেও, অথতম মূলান দান। “মুকুতাৰ” কবিতা এটাইটিয়েই উপভােগ্য হৈছে। বিশেষকৈ ? ‘সাধক, পুৱাৰ প্রিয়া প্ৰেমৰ গৌৰৱ চতুশী’ ‘সমিধান’ আদি । ও গােটাদিয়ে কবিতা জামাৰ বৰ ভাল লাগিল। আমি সাহিত্যা- মুৰাগ আৰু কায্যামােৰীসকলক একোখনি তা কিনি পঢ়িবলৈ অনুঘােধ কৰে। নেওগ দেওকো' খাটো কেন অসমীয়া ও { সাহিত্যৰ ভাললৈ এইদৰেই তেখেতে এফেটি আপুৰুগীয়া

  • আৰু মূল্যবান জান মালেয়ে িাকে।-বাতৰি

} “নৰ কবিতাৰ নকৈ বলা যায় নাই।” এ