পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ভাওৰীয়াসকল

পুৰুষ

ইন্দ্ৰ, মদন, হিমালয়, নাৰদ, বসন্ত, সমীৰ,
 শঙ্কৰ, সম্বৰ, কৃষ্ণ, প্ৰদ্যুম্ন, ব্ৰহ্মা,
  নন্দী, দূত, দাস


তিৰুতা

ৰতি, মাধৱী, পাৰ্ব্বতী, জয়া, বিজয়া,ৰুক্মিণী,
 মেনকা, অপ্সৰাসকল, দাসী


চৰাই

কুলি, কেতেকী, হেঁতুলুকা, ফেঁচু, টিপচী,
 দহিকতৰা, জিলি, ভোমোৰা


ফুল

পঞ্চশৰ, কেতেকী, নাহৰ, চেনিচম্পা
  কপৌ, পলাশ


আকাশী-বাণী