পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ৮২ } অর্থ :-[ তৰুৰ বাওফালে গতি। ১৪২২। এই শাৰী। অঙ্ক কেনেকৈ ওলাব। চাৰিক কৰি চোৱাশি মাথে। | চোকে চৌত্রিশে পূৰব্য তাতে। কি ধৰি ভাঙিলী প্ৰাণৰ নাথ। পোন্ধৰ হাজাৰ বাইশ শূন্য সাত। উত্তৰ-৪৪৪ x ৩৪ ; = ১৫২২৭। । ১হ যােজন সমুদ্র গােটা। ওহিক ব্যক্তিবে গৈলা বিশ্ব-কৰ্মৰ বেতা। দীর্ঘ শত যোজন বা দশ ভূৰি। বিশ্বকৰ্ম্ম সেতু-বালি ভৰি পুৰি। সাতদিন, সাত্রি বন্ধে অৰ্দ্ধাঙ্গুল । কতদিনে সেতুবান্ধি কৰিলা নিল। উত্তৰ-২৬ ২৮ ২৮ ৮৮ বছৰ ৮ মাহি। এক আনা দুই আনাতিন অনাৰ দায়ী। দ্বাদশ বছৰ ৰঙ্গক খাজনা দিয়া নাই। কে গে সাধিনিলে হাজাৰ নব্বৈ টকা । কোৱ:হে কায়স্থ তাই কত হােৱে কৈা। উত্তৰ-এক অনাৰ জনে দিব-১৮১৮ পাই। দুই অনাৰ জনে দিব-৩৬৩ /৪ তিনি অনাৰ জনে দিব- ৫৪, মুট ১০৯০, টক