পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

{ ৫৪ ] মধ্যে অঙ্ক দিয়া সাত কাওলক জানিবা । এক ও দুই পােশ তেৰ গও গান। আৰু চাৰি কণ্ঠ তাতে অঞ্চৰ প্রমাণ। বাম ফালে ফল দক্ষিণত কৰি লৈবা । দুয়াে কালে পূৰি ধন ৰূপক জানিবা । ইটো কথা এহিমানে সংহুৰিয়া থওঁ | ক্ষিণা দিয়াৰ অৰু প্ৰপক্ষিয়া কওঁ। দক্ষিণাৰ মঞ্চ। দক্ষিশাক কৰিবা শুনা আবে মত। উত্তম, মধ্যম প্রাকৃত যে বিপ্র যত। যত ৰূপ দেই তাক শুনা যি কৰিব। বিক একত্র কৰি দৰে দি হৰিবা । বিলাত অ জানা যতেক যে হয়। (সহি বৃদ্ধি দৰ বিপ্ন ততেক নিশ্চয় । শেষ অঙ্ক খানি ভাতে দৰ বুজি দিবা। ওহি মতে বিপ্ৰক যে দক্ষিণা কৰিব। আৰু এক শত ৰূপ দিলা একজন। দক্ষিণাক কৰিবাক বুলিলা বচন। দক্ষিণা দিওক এক শত বিপ্ন আনি। উত্তম মধ্যম প্রাকৃত বিগ্রক জানি।