পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ৪৬ ? আৰু এক পঞ্চকৰ শুনি কাৰণ। জমা অঙ্ক দিয়া তাতে কৰিবা স্থাপন । কাওণ চোক পােণ দিয়া তুলিয়া চাহিব। যদি নহে বুৰ গা কৰাক য়ে দিব। সেহি অঙ্ক পুৰিত ৰূপ যে হেয়। সেহি খানি ৰাধিবাহ নাহকে সংশয় ও আৰু এক পঞ্চকৰ কথা কহে শুনা। বিষম পঞ্চক আক বােলে সর্বজন। চোক পোণ শ্যা যদি পঞ্চকে থাকয় । চোকে পােণ পােণে বুৰী নাহিকে সংশয়। কাওণত চোক যদি চোকে পােণ লৈবা। পােণে পােণে পঞ্চবং নিশ্চয় জানি। গণ্ডাত যে কৰা আছে তা জানিও। এহি অনুৰূপে তাৰ প্ৰমাণ লৈয়ােক। (৭ম } ১৫। আৰু এক পঞ্চকৰ শুনিও আতপৰে। একত্র কবিয়া তাতে পাইকক বুজিবা । গেট পাইক পােৱা কালি তাক বুজি লৈবা। ষোড়শ অঞ্চত আনি তাহাক পৃৰিবা।