পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ৪৫ ] ৰণত অঙ্ক জানা যতেক যে হয়। সেহি খানি গণ্ডা হেরে নাহিকে সংশয়। গিৰি প্রতি পৰে তাক জানিবাহা সাৰে। জমাত তুলিয়া তাক বুজিয়ে সৰে। গােট পাই পােৱা কাশিক জানিবা । পাতিয়া অনুক্রমে তাক লৈ। এহিমতে পঞ্চক সবক জানিও। কিতাপত চাইয়া আক প্রমাণ লৈয়ােক। চৌষষ্ঠীত তুলি গােট পাইকক জানিবা । তাৰ অৰ্দ্ধ ভাগ আনি দুই পােৱা লৈবা। তাৰ অর্ধ লইলে পােক যে জানি। তাৰ অৰ্থ ভাগক যে বোলে দুই কাণি। তাৰ অর্ধেক লইয়া যে কার্ণিক যে জান । তাৰ অৰ্থ ভাগে অগ্ধ কণিৰ প্রমাণ। | (৪র্থ } আৰু এক পঞ্চকৰ শুনা বিবৰণ। গিৰি টকা সব আনি কৰিব ব্যাপন যতেক পকি অঙ্ক পৰিব বুলিশে। একুশ কৰিয় অঙ্ক বুন্দা দিব শেষে। জমা অঙ্ক হৰিলাত যত অল্প হয়। গিৰি প্রতি পৰে সেহি নাহিকে সংশয়।