পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

| [ ৪ ] এক কণ্ঠে দশ কণ্ঠ নিশ্চয় জানি। তিনি কৰা এক কণ্ঠ তাতে বুজি লৈ। দুই দশে কুৰি । জানিবাহা সাৰে। ছয় কৰা দুই কণ্ঠ জানিবা সত্বৰে। তিনি দলে ৱিশ কণ্ঠ জানিবা নিশ্চয়। দুই গণ্ডা দুই কৰা নাহিক সংশয়। চাৰি দশে চল্লিশ বক জানিও। তিনি গণ্ড! চাৰি বই তাহাতে লওক। পাঁচ দশে পঞ্চাশ কণ্ঠক জানা সাৰে। চাৰি গও দুই বণ্ঠ বুজিও সত্বৰে । ছয় দশে ষাঠী কণ্ঠ বুজিয়া নিশ্চয়। পাচ গণ্ডা হােৱে সিটে। নাহিকে সংশয়। সাতদশে সৰি বঠক জানিও। সাৰে ‘চ গণ্ডা চাৰি কণ্ঠৰু লওক। আদশে আশী কণ্ঠ বুজিব। সৰ । ছয় গণ্ডা দুই কৰা দুই কণ্ঠ ধৰ। নয়দশে নব্বৈ কণ্ঠক জানিও। সাৰে সাত গণ্ডা হােৱে তাহাতে লও ক। দশ দশে শত কণ্ঠ তাহাতে জানি। আঠ গণ্ডা চাৰি কণ্ঠ তাহাতে যে লৈবা। কণ্ঠৰ ভাগক আবে এহিমানে থওঁ। কৰাৰ ভাগক কিছু প্রপঞ্চিয়। কওঁ। একে কৰা দশক কৰা জানিবা সাৰে। দুই দশে কুৰি কৰা বুজিবা সত্বৰে।