পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ২ ] ৮। কলৌ আদ্যে বেৎ বাঙ্গা, ধর্মপুত্র যুধিষ্ঠিৰ চতুর্দশ শতং বর্ষ, যুক্ত দ্বাদশবর্ষ ১৪১১ নন পঞ্চশতং চৈব ৫০ । গৌতম চতুঃশতঃ ৪০, ময়ুৰস্ত কৰােৰাজ্য ষষ্ঠাধিক শতং এয়ং ৩৬, সপ্তাধিক শতং পঞ্চ, সােমৰাজা মকৰয়েৎ ৫৭, এই খানি কলিত ৰাজাৰ ভােগ । সত্যযুগৰ'দন ১৭২৮০০, তো ১২৯৬০ ধাপৰ ৮৪* ৫০, কলি ৪৩২০০০ মুতে চাৰি যুগৰ দিন ৪৩২০০ • ৪৯। রুগীৰ নাম “ণ কবি, সাবতিথি একর কবি। দমিশলাই সাতে হৰি। এ তিন ৰয় সাপ, যমৰ ঘৰৰ টানি আন, দুই চাৰি ৰয়, ছয়দিন কয়েক কি হয়। যদি থাকে শূন্য সাত তবে ৰুগীৰ মৃত্যু পাত । • পেটৰ বিষ উঠাতে নাখাব । বিষ নাহােৱাটো খুৱাব । পাণিঃ নাশৰ মন্ত্র - জগৎ সংহাৰ স্থিতি আছে নিৰঞ্জন, প্রথম শ্বাসত বাজ ভৈলা দেৱগণ। ঝক চাম যজুৰ অথৰ্ব্ব নাম । ব্ৰহ্মাক কৰিলা দান ॥ চাৰি বেদৰ চাৰি অঙ্কৰ তুলি ।