পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

। ৩১] ৪৬। আৰু এক সদাগৰে বুলিলেক বাণী। বাে দিয়া হৰিলে ৰহিব লাগে তিনি। পঞ্চদশে হৰিলেক বহিবেক দুই। চতুর্দিশে হৰিলেক বহিবেক এক । তাক সেমিতে শত শত দ্বাপবাহা। পঞ্চদশে চতুৰ্নশে তাহাতে পূৰিব ! তাৰ পছে ষােড়শৰে গুণ কৰি লৈৰা। একুনৰ পৰা ব্ৰয়ােদশ এৰি দিব ? এইদৰে সৰ্বমুঠ যত অঞ্চ লৈা : তাহাতে বুজিয়া পাইব? সংশয় ভৈলা ॥ । উত্তৰ – ৪ x১০ x ১৬) = ৩৩ (৩৬-১৩) = ৩৪ * ৪৭। পাইকেৰে এই কভু বিশ্বা কত কৰি লৈয়া | মাহক মাহ । যত পোণ তত গণ্ডা, তাক কৰিলতান খাণ্ডা ভাগে এ বিলে বহে বত, দিনে প্রতি পৰে তত এক পূৰ। মুই দশ পাচ-ৰ মাটি। একফালে টা গু আছে এককালে ষাঠি । যত পূৰ বােলে তাক চাৰিশ; পূৰি । ঝ টা দিয়া মূল অস্কক হৰি। ইৰণৰ লব্ধ অক্ষুক পূৰ্বটাণ্ডত পূৰি । চাৰি শত হবিলে পূর্ব ধৰি