পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

আৰু তিনি গােট কৰিৰ বাৰ গােট জাম। ইদৰে কুৰি কৰিৰ ফুৰি গােট ফল পাম? ৩৪। চোকে চোকে মইবা। পোলে পােণ কই।। বুৰীয়ে বুৰীয়ে বাটা কুৰি পােৰ কুৰিটা। ভাঙনী :-(১২) পােন্ধৰ পােৰ পােন্ধৰ (১৫ কইৰ (৪) চাৰি পােৰ এক (১) মইৰ। (১. এক পােণৰ চাৰি । ৪। বাট? এক মনুষ্যক এক টেঙা ল াগে । আনিব লাগে সপ্ত চৌকী ভাজে । অ অর্ধ ফল ৰাখে প্রতি খুনে। কত ফল কিনিয়া লৈলে কহিয়াে যতনে । ব্যক্ত অং: ভুজাধিক গণ্ডা ত্রিংশবিংশতি। অদৰে ফল দিবা চৌকী প্রতি। এতেকে সম হয় জানিবা নিশ্চয়। হতে চন্দ্র লয়া যাইবে নাহিকে সংশয় সােখাৰ মােলে যত পূৰণা। কাশৰ চোকে হা জানা। ৰেৰে বনীয়া হৈবা ভ্রান্তি। কাওণত নি গঙা বং ক্রান্তি ৰাতি ।