পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

PLEASE HANDLE THE BOOK CAREFULLY

[ ১৪৪ ] যত ৰূপ দেই সেহি ৰূপ দিয়া পুৰি। এহিমতে বুজি লোৱা কহে নিস্ত কৰি।। ৬। চন্দ্ৰাধিক চোৰ, সংখ্যা কৰি পূৰা। শশী সমে চোৰ আগে যে জানা। তত চোৰ তত হৰি, অধিক সংখ্যা লব্ধৰু পুৰি। সম ভাগ কৰি বন্ধ, কৰি যে অধিক শশী।। গুটি গৃহস্থক দিলে, যে যত চোৰ তত ভাগ কৰি। ৭। তৈল, নব, মধু, ঘৃত শৰ্কৰা। জগ শূক্ত সেৰে মা চন্দ্র লেখ। চোকে দশাঙ্কক সেৰ ক্ৰমে দেখ। সেৰৰ দক্ষিণে পােৱা, পােণে হয় টঙ্কা। তত অন্ধ অঙ্কক বুলিয়া টঙ্কা।

শেষ।

DISTRICT LIBRARY (HEM BARUA COLLECTION) TEZPUR [ বিদেশত ছপা কৰাত আৰু বহুত পুৰণি আখৰ বিন নােপােৱাত বহুত ভুল আছে। “খ” ঠাইত পুৰণি পুথিৰ মতে “ঠ” আছে। ক্ষমা দিব ]