পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

। ১৩৪ ] সমতু নাত এহি ম জানিও। একই কৰিয়া বস্ত্ৰক বুজিওক । উত্বৰ ; ৯৬৩ খন কাপোৰ, গাইপতি এখন। [ আঠ কঠা ] ( বিশেষ কিছু অঞ্চ আগতে দিয়া আছে।) ৯৮। তেৰ তিৰাশি মুনি জন । বেত্তৰ দি পূৰি আঠ কয় আন। উত্তৰ; ১৩৮৩৭x১১=১৫২২৭। ৬৭ পৃষ্ঠা (খ) ভাঙনী : ১১১১১১১১ ১ ৪ ৬ ৬ ৯. বন্ধুি আৰু সপ্তম ক্রমে দুগুণ, তিনি গুণ কৰি দহলৈকে পৰি সেই অঙ্কেৰে এই অঙ্কক পূৰিহে ক্রমে ২, ২, ৪-ফলক সংখ্যা হব। | যেনে -৭৬x২=১৪ এতে ৫২ । এই ক্রমে... নাইবা তলত দেখুওৱা ভাঙনী মতে। দুজনৰ দুটা মত। তলত লিখা নিয়ম আমি ১৯২৬ চনত বুদ্ধি নাৰায়ণ চৌধুৰী পণ্ডিত [ মাখিবাহা টীহ মহাশয়ৰ পৰা জানিব পাৰি।