পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[১২৯ ] এক গিৰিত তিনি আনা ভাহাতে বুজি লৈবা এধি মতে যােৱ গিৰিত বুজিয়া লৈওক। দুই ভাগ কৰি আৰু দুয়ােক পাই। ছয় টকা এক শিকি ভাগত হােৱয়। গিৰিত ভগয়া আক দুভােগ হৰি। ছয় টকা এক শিকা গিৰিত যে ধৰি। ইহাৰ ভাঙনী আবে শুনা আত পৰে। পঞ্চ শিক কৰি নি গিৰিত যে ধৰে। দহ অনা তিনি গিৰিত হাতে জানি। সাত অন্য তিনি অনা তাহাতে লিখি লৈবা। হি আঠ গিৰিক যে এক ভাগ কৰি। ওপৰ ভাগত তাতে বুজা নিস্ত কৰি। পঞ্চকৰ কথা অৱে এহিমানে থওঁ। যিটো কথা ভৈলা পাছে তাৰ কথা কওঁ । ৩৭ পাচ শিকিকৈ সাত অনাকৈতিনি অনাকৈ - দং অনাকৈ ৩ ১৬/০ ৩০ এতেক ইয়াৰ দুগুণ