পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ১১৭ ] উত্তৰ ;—২৩ গিৰি, ৪৬০ টকা দুই কৰা, ৩০৭ টকা। ৬৬। অতি বিতোপন গছ নবকোটি পাত। পলকও সৰে তাৰ নব শত পাত । কোৱা কাইথৰ পপ গণনা করি। কিমান দিনত ওৰ হব সৰ্ব্ব পত্র সৰি। উত্তর ;- ২৭৭ দিন, ৪৬ দণ্ড, ৪০ পল। ৬৭। এজোপা শিমলুতনটা ঠান্স। ঠালে প্রতি নটা নটা ভাল। ডালে প্রতি ন ন ফেঁচা। প্রতি ফেঁচাৰ ন ন ফেঁচা ৪ ন ন ফীৰ ন ন কণি। কিমান পােৱালী কোৱা গণি ॥ উত্তৰ ;-৫৯৪৯ টা। ৬৮। কুমাণী বাই কুমাবণী বাই। কৰাত ছয় বুৰী চাকি পায় । কাৱণত নো কতেক হয় । উত্তৰ ;-১৫৩৬০ • চাকি ৬৯। এক পৰ্বতত যাঠী ডাল চটিয়ান। তাৰ কাষে কাষে ষাঠীটাকৈ মই । প্রতি মহত যাঠীটাকৈ বগ। আকৌ বগৰ ঠোটত ঠাটাকৈ মাছ। দিক চণ্ডালে ভগাইলেক সেই মাছ। গাই প্রতি পৰিলেক কতনাে মাছ। উত্তৰ ;-১২৯৬০০০ মাছ