পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ১১৫ ] উত্তর ;-একৰেণু ৬৪। ৩৬৫ টা হাতীৰ পাল। জাদশ পর্বত চৰে সৰ্বকাল ত্তিশ কুম্ভত খাই পানী। সাতটা শুম্ভত বান্ধি থয় আনি। উত্তৰ --বছৰ। ৩৫। আৰু এক কথা বাপু শুনিবা মনােত। এক অধিকাৰে কিছু মুনি মনােত। গাওঁ ঠাকুৰীয়াই পাছে মাতিয়া আনি। শীঘ্ৰ কৰি টকা লাপে বচন বুলিলা মজুন্দাৰ নােহাৱাত জমা নকৰিলা। শত্ৰ কৰি টকা আনি হুকুম কৰিলা। পাছে গাওঁ ঠাকুৰীয়া গাৱক আসিলা দুই ৰূপ প্ৰতি গিৰিত সাধিলা ।। দুই ৰূপ এক গিৰি • বেছি মাত্র ভৈলা। এহিমতে সিটো ৰূপ সাধন কৰিল। টাক সাধি পাছে ৰূপক সােধাইলা । জমা বেছি দুগুণ ৰূপ নিজ হাতে ৰৈল । টকা পাই অধিকাৰে মনোত গুণিলা। কেনমতে ইটো ৰূপ সাধ কৰিলা। টকাক সাধি পাছে ৰূপক সােধাইলা । জমা বেছি দুগুণ ৰূপ নিজ হাতে ৰৈলা। টকা পাই অধিকাৰে মনােত বলা। কেন মতে ইটো ৰূপ সাধন কৰিলা ৫