পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

{ ১১১ ]। উৰ :(টাকা) ২ নং-- ভাৰা নং-৩ ভাৰু ১ নং-৮ ৫ টা গাই ১৫ ভাৰ। ৫ টা গাই ২৫ জাৰা {১ম ভাই। (২য় ভাই) ৫৮। টকা প্রতি চাৰি গণ্ডা আক যে পান। যাঠী গিৰিত আৰে লওক প্রমাণ। পাছ গুণ্ডা চাৰি কণ্ঠ ৰূপ প্রতি জান। চল্পিশ গিৰিত আঠ গণ্ডা যে প্রমাণ। হিশ গিৰিত কেনে তাক শুনিওক। দশ গণ্ডা পাঠ কণ্ঠ তাহাতে লৈওক। কুৰি গিৰিত ষোড় গণ্ডত জানি।। টকাত তুলিয়া তাৰ প্ৰমাগক ইবা। কাণত তিনি শত কুৰি গণ্ডা জনি। গিৰি দিয়া হৰি তাক বাহা প্রমাণ । গিৰি হৰিলাত যেবে শেয অল্প বয়। চাৰি দিয়া পৰিলাত কব সেহি হয় । বহু দিয়া হৰি তাতে কণ্ঠক কৰিব। উথা হবি তাতে সহ লিখা পাইবা । বেড়শ, দশ গিৰি মৌজাত থাকয়। এক গত্তা দিয়া টকাক গলি ।