পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

৫১। এক সদাগৰৰ দহ গােট গাই। দুই চাৰি অসুমে ক্ষীৰ বাঢ়ি যায়। শুনিও কায়স্থ আবে ইহাৰ কাৰণ।। একাধিক দশ অঙ্ক কৰিব স্থাপন। পুনঃ দশ অঙ্ক লৈয়া তাহাতে পুৰিবা। দহ ধনুৰ যত ক্ষীৰ তাতে লিখা পাইবা । উ ও ১১ সে। ৫২। পুনু একজনে গাই চৈধ্য গােট ডুৱে। তাৰে দুই চাৰি ক্ৰমে ক্ষীৰ বৃদ্ধি হােৱে পঞ্চদশে চতুর্দশে তাহাতে পূৰিবা। সমস্ত ক্ষীৰক তুমি তাহাতে জানিবা । এহি মতে যত যত অঙ্কক ধৰ। একাধিক কৰি পূৰা নাহিকে সংশয়। উওৰ --২১) সে। ৫৩। এক নৰেৰে সদাগৰক বুলিলা। বাণিজ্যক লাগি কিছুমান ৰূপ দিল। ৭শ ৭৭টি ৰূপ লিখি। জ্যেষ্ঠ মহা দৈ আহি শূন্যক দিল। ও যে হাজাৰ ৭৭ ৰূপ জানি। আৰু এক মহা দৈ শূন্য দিলে আনি। সৰি হাৰ সাত শ সাত জান। কনিষ্ঠ ভাৰ্য্যায়ে দেখিল বিদ্যমান। ভেসম্বেও আনি এক শূন্য দিল। পাছে সদাৰে তাক মনত শুনিল ।