পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাস দিনৰ কৰি কতেক যে পায়।
তাহাক গণিয়া কহ কায়স্থ যে ভাই ।
শুনিয়া কা”ে—পা€ে মনে গুনি চাইল ।
ত্রিশ দিন আনিয়1 এক দিন বে এৰিল ।
তাৰ অন্ধভাগ লৈয়া একাধিক কৰি ।
উনত্রিশ দিধরত সেহি অঙে পূৰি ।
একত্ৰ কৰিষ্য তাতে ত্রিশক জুৰিবা।
সেহি থানি কৰা বুলি-মনত জানিধা ।
এহিমতে প্রতি মাসে যুজিবাক পাৰি ।
কিতাপ ত চাই আক বুদ নি কৰি ।
বসব ত এহি ম’ত বুজিবা নিশ্চয় ।
কহে চুগাষলি ‘:ক শুনিও নিশ্চয় ।
ইটো কথা এহিমনে সংহৰিয়া এই
শুনা যেন অন্ধ ভৈল৷ তাৰ কপ{ কওঁ ;
উত্তৰ। – -মাহে ৪৬৫ কৰি ।
৪২, অগাধ শাস্ত্ৰৰ কথা বুজিব নোৱাৰি।
মহ।ঞ্জন সবে আ * পূর্বের শাছে কবি ।
প্ৰতিমা পূজিবে প্ৰতি বোলে ফিকজন।
ঘাটে প্রতি প্রতিমা ক স্থাপিলে তেখন।
প্রতিমা যতেক হয় পুপ তত লৈবা ।
অনুক্ৰমে সেই অঙ্ক অৰ্কাইলা আনিবা ।
যতেক প্রতিমা হোবে তেতি ভাগ কৰি ।
একত্ৰ কৰিয়া তাক বুজা পীজ কৰি ।