পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

দুই ভাগ কৰ মই লওঁ কাৰণ ভৰি। কাৰ লগে কত কৰি আছে। কায়স্থে গণি অঙ্কক পুছি। যই পেলালে মনৰ খুছি । উত্তৰ-৮৫৬+৪২৪ = ১২৮০ কৰি। ৮৫+৪২৮ = ১২৮০ কৰি। (৮২-২১৬৯৬৩৬ ৬৩৬ ৰ অংশ = ৪২৪। ১৮। অৰণ্যত উচ্ছ বৃক্ষ আছে এক ভাল। লাগি আছে ফুল অতি দেখিবলৈ ভাল । ৰজাৰ পাইকে গৈলা কায়স্থ আনিতে। এই বৃক্ষ দেখি সব জিকাল কহিতে । তাৰে একজন গৈয়া বৃক্ষত উঠিল। অসংখ্য ফলক পাৰি তলত মাইল। গণি চাইল সাতকুৰি তেৰণােটা আছে। বাকী সবে ফল পাৰি ভগাইলেক পাছে । ভাগৰ অর্ধেক ফল তাতে দমইলেক। কহিওক মুঠ ফল কত হইলেক। স্থানী:-- মুঠফল ১২ টা। [ পাইক সাতকুৰি। ইয়াৰ এজনে ১৪৪টা, বাকীবিলাকে ভাগৰ অধা দমাইছিল। ১০ টা এঞ্জনে