পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ৮৭ ] আঠদেৰী, পাচসেৰী, তিনিসেৰী তৰা । উলতাকে তিনি লাগ জোখা কৰা। হাঙর্নী-৮, /, / দেবী তিনটা পাত্র। প্রথমে ৩ সেৰীত ঢালিলে, সেই / সেৰ / সেৰীত থলে, গাছত ৮ সেৰীত থকা ৫ সেৰৰ ৩ সেৰীত ৩ সেৰ থলে। আৰু ৩ সোহ 2 সেব, ৫ সেৰীত থলে। বাকী ১ সেৰ থাকিল। পাছত * সেবত ৭ সেৱ কৰি, এসেই ৫ সেৱীত থৈ পুন: 0 সৰীৰে এবার দিনেই গত ৪ নেব হব। ২৬ ; এক দিশে আছে পক্ষ অপার । পক্ষক লাগি মন থাক সবা। গােটে গেটে পক্ষী ডালে ডালে ৰৈল। ডা- ডালে নজোৰে পক্ষ অধিক তৈলা। ধৰ্ম্ম পখিলা পাই ভাল অপমান কৰে। অপানি দেখি পক্ষী জোৰে জোৰে পৰে । জোৰে পৰিলে পক্ষী অধিক হয় জালে। কত পক্ষী কত ভাল কোৱাহে সত্বৰে। ১। দুই পাহাৰী হাটক যায়। পথত মহাজন এটা পায়। বস্তুৰ দৰ এক কাৱণ কৰি। দুয়ােৰে লগে নাই কাৱা ভৰি। ই পােহাৰী বলে তােৰ লগত দুশ যােঞ্জ কৰি। তিনি ভাগ কৰি দুভাগ জি মই কওঁ কাৰণ ভৰি। সি পােহাৰী বােলে তোৰ লগৰ কৰি