সমললৈ যাওক

পৃষ্ঠা:কবিতা আৰু দৰ্শন.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এই সৰু ৰচনা গনিত কবিতাৰ বিষয়ে গোটা- দিয়েক কথা আলোচনা কৰা হৈছে। লেখক তৰুণ, সৰল ভাষাত গধুৰ কথা অৱতাৰণা কৰিছে। লিখোতে বিশেষজ্ঞ সকলৰ গ্ৰন্থৰ সহায় লৈছে। তৰুণ লিখাৰু সকলে গল্প আদি পাতল ৰচনাত হাত নিদি গধুৰ বিষয় আলোচনা কৰিবলৈ অভ্যাস কৰিলে নিজৰ আৰু ভাষাৰে৷ উপকাৰ হব। লেখকে এই নিচিনা ৰচনাৰ এটা ক্ৰম প্ৰকাশ কৰিবৰ মন কৰিছে। পাঠক সকলৰ সহানুভূতি আৰু উৎসাহ পালেই তেওঁৰ এই সজ ইচ্ছা পূৰ হব। শ্ৰীকৃষ্ণকান্ত সন্দিকৈ। (**************************************