সমললৈ যাওক

পৃষ্ঠা:কবিতা আৰু দৰ্শন.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

PLEASE HANDLE THE BOOK CAREFULLY. কবিতা আৰু দৰ্শন . १ দশন সম্বন্ধে এটা হল ধাৰণা থকা কাৰণে কত্ৰিম কৰিয়ে দশন আৰু কবিতাৰ মাজত বিভিন্নতা আছে বুলি ভাবে। কৃত্ৰিম কবিয়ে ৰাজৰাতি আকাশত অগণন তৰাবিলাকে তিৰত্ৰিাই বতাহত ওলমি থকাৰ কোনো উদ্যে নেদেখে, কাৰণ তেওঁলোকে ভাবে ভৰাবিলাকে আকাশত অনৰ্থক জল মগাই থকাতকৈ মৰতলৈ নামি আহি নগৰৰ আলিবাটবিলাকত পোহৰ বিলোৱা হলে অন্ততঃ কৰাতাসকে "মিউনিচিপেল টেক্স” ৰেহাহ পালেহেতেন। অকৃত্ৰিম কবিয়ে ব্যক্তিত্বক পূজা কৰে, আনহাতে কত্ৰিম কবিয়ে আধুনিক কল-বস্ত্ৰক পূজা কৰে –এই খিনিতে এই দুয়ো শ্ৰেণী কবিৰ মাজত ঘোৰ বিভিন্নতা জড়িত আছে। ৰবীন্দ্ৰনাথে এটা গল্পত প্ৰকৃত আৰু কৃত্ৰিম কবিৰ নাজত বিভিন্নতা পুজাানু-পুঙ্খৰূপে এইদৰে বৰ্ণনা কৰি দেখুৱাইছে :- তেওঁ কত্ৰিম মানসিক কবি পুত্তৰীকক ৰজা নাৰায়ণৰ প্ৰকৃত ৰাজ কবি শেখৰৰ লগত তুলনা কৰিছে। এসময়ত কবি পুত্ৰৰীক ৰজা নাৰাণৰ ৰাজ-সভালৈ আছে আৰু ৰঙ্গাই তেওঁক যথোচিত সম্ভাষণ জনাই বহিবলৈ আসন দিয়ে। কবি পুগুৰাকে জগতত তেওঁৰ সমান ডাঙ্গৰ কৰি নাই বুলি ভাবি অহস্তাবেৰে বুকু ফিন্দাই দীঘলীয়াকৈ ডিঙ্গি মেলি গদ্গদ সুৰে ৰক্ষ। নৰনাৰায়ণৰ প্ৰশংসাৰ কবিতা দশক সকলৰ আগত পাঠ কৰি শুনায়। পুগুৰীকে দক্ষতাৰে সৈতে ৰজাৰ বিভিন্ন নাম বিলাকৰ প্ৰতি আখৰেৰে একোটা ছন্দ ৰচনা কৰি শব্দৰ হুঙ্কাৰত দশক-বৃন্দক তব লগাই ৰাখিছিল আৰু সকলোৱেই মেঘৰ নিনাদৰ নিচিনা কণ্ঠস্বৰ শুনি তেওঁক অসাধাৰণ কবি বুলি ধাৰণা কৰিছিল। -- -- তাৰ পাচত, কবি শেখৰে যেতিয়া কবিতা পাঠ কাৰ- ছিল সেই কবিতাহ কবি পুগুৰাকৰ ছন্দৰ ঠিক বিপৰীত ফল উৎপন্ন কৰিছিল। ৰাজ কবি শেখৰে কবিতা আৰম্ভ কৰোতে অন্তৰ