( ৵৹ )
তৃতীয়, চতুৰ্থ, পঞ্চম, আৰু ষষ্ঠ বাৰৰ
বিজ্ঞাপন।
আসাম প্ৰদেশৰ শ্ৰীল শ্ৰীযুক্ত চীফ্ কমিচনৰ চাহাব বাহাদুৰ আসামৰ নিম্ন প্ৰাইমেৰি, অপাৰ প্ৰাইমেৰি, হাই আৰু মজলীয়া স্কুল বিলাকৰ তলতীয়া শ্ৰেণীত এই পুথি খনি পাঠ্য নিৰ্দ্দিষ্ট কৰি দি আমাক বিশেষ উৎসাহ দিছে। এই বাৰ পুথি খনিৰ একো সাল-সলনি নকৰি যি অলপ দোষ আছিল সাধ্যানুসাৰে তাক সংশোধন কৰি দিয়া হৈছে।
ডিব্ৰুগড়, |
শ্ৰীপ্ৰমোদচন্দ্ৰ শৰ্ম্মা। |
সপ্তম বাৰৰ বিজ্ঞাপন।
এইবাৰ পুথি খনিৰ আৰম্ভতে “উপদেশ” শীৰ্ষক এটি কবিতা নকৈ দিয়া হৈছে আৰু অইন বিলাক কবিতাৰো অলপ সাল সলনি কৰি দিয়া হৈছে। ইতি—
অষ্টম বাৰৰ বিজ্ঞাপন।
এইবাৰ পুথি খনিৰ একো সাল সলনি নকৰি যি অলপ বৰ্ণা- শুদ্ধি দোষ আছিল তাকে সংশোধন কৰি দিয়া হৈছে। ইতি–
⸻ শ্ৰী প্ৰমোদচন্দ্ৰ শৰ্মা।
নবম বাৰৰ বিজ্ঞাপন।
এইবাৰ পুথি খনিৰ একো সাল সলনি কৰা নহল। ইতি -
১৫৬-১৯২৫। শ্ৰী প্ৰমোদচন্দ্ৰ শৰ্মা।