পৃষ্ঠা:এই নদী.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

প্ৰকাশকৰ একাষাৰ


 ২০১৭ চনৰ ডিচেম্বৰ মাহত প্ৰকাশিত ‘সান্ধ্যভ্ৰমণ’ৰ পিছত আমাৰ ফালৰপৰা প্ৰকাশিত মন্টু কুমাৰ বৰঠাকুৰৰ দ্বিতীয়খনি গল্পপুথি হৈছে ‘এই নদী।
 আশা ৰাখিছোঁ, লেখকজনৰ অনুৰাগী পাঠক সমাজে এই গল্পপুথিখনিও আদৰি ল’ব।


শ্ৰী বিষ্ণুলাল শাস্ত্ৰী
ফোনঃ ৯১০১১১৪৫০৩