পৃষ্ঠা:উদয় ১ম বছৰ ১ম সংখ্যা জানুৱাৰী ১৯৪৭.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আপোনাৰ উন্নতিৰ বাবে ‘উদয়’ত বিজ্ঞাপন দিয়ক। আমাৰ নিৰিখ খুব কম। ’উদয়’ সম্বন্ধে কাৰবাৰ কিবা জানিব লগা থাকিলে তলৰ ঠিকনাত খবৰ লওক—

সম্পাদক, ‘উদয়’ 
 গবঃ হাইস্কুল, নগাওঁ (অসম)
 

 

উদয়ৰ কাৰ্য্য-নিৰ্ব্বাহক সমিতি

অসমীয়া বিভাগ—

Sj B. Borua B.A.
” R. Das B.A.
” M. Mahanta
” H. Bhattacharyya, [Editor for the Assamese section,
General Secretary and Publisher.]

ছাত্ৰ সম্পাদক—

Mr. Bhaben Saikia.
” Pramod Das.

ইংৰাজী বিভাগ—

Sj. K Bhunyan B.A. B.T.
” Mr. A. Sherif B.A.
” J. Hussain B.L.
” R. Ahmed B.A. B.T.
(Editor for the English section.)

 

Printed By Kamal Chandra Borah,
at the SEWALI PLESS, Nowgong. Assam.

 

 

সকলো ৰকমৰ পাঠ্য কিতাপ, ধৰ্ম্মপুথি আৰু বাহিৰা কিতাপ তলৰ ঠিকনাত কিনিবলৈ পাব।

ছাত্ৰ ভাণ্ডাৰ

শ্ৰীমুক্তাৰাম দাস
বুক চেলাৰ এণ্ড পাব্লিচাৰ
নগাওঁ, অসম।

 

 

শেৱালি প্ৰকাশ ভৱন

শেৱালি প্ৰেছৰ কাষতে

 

আমাৰ ইয়াত সকলো ৰকমৰ পাঠ্য কিতাপ, দত-কলম, ধৰ্ম্ম-পুথি, বাহিৰা কিতাপ পোৱা যায়। সকলো প্ৰকাৰৰ ষ্টেচনাৰী, ফুটবল, বেডমিণ্টন চেট আদি আমিয়েই সৰ্বদাই যোগান দিওঁ।