পৃষ্ঠা:আসাম-ভূগোল.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 22 ) মহাৰাণী ভিক্টোৰিয়াৰ নিচিনা দয়াৱতী ৰাণী কতো নাছিল। আসামৰ পৰ্বতবিলাক। লক্ষ্মীপুৰ জিলাত—মিৰি পৰ্ব্বত, আবৰ পৰ্ব্বত, ডফলা পৰ্ব্বত। শিৱসাগৰ জিলাত—পাট্‌কাই , পৰ্ব্বত, চৰাইদেও পৰ্ব্বত, টাৱলুঙ্গ, পৰ্ব্বত, লাখুটি পৰ্ব্বত, নামচাঙ্গ পৰ্ব্বত। পৰ্ব্বত, দৰং জিলাত—অঁকা৷ পৰ্ব্বত, অগ্নিগড় তেজপুৰ পৰ্ব্বত, ভৈৰব পৰ্ববত, ধনুখনা পৰ্ব্বত, ৰূদ্ৰপদ আৰু ভোমোৰাগুৰিব পৰ্বৰ্ব্বত। নুগাওঁ জিলাত—মিকিৰ পৰ্ব্বত, কলিয়াবৰ পৰ্বৰ্ব্বত, হাতীবন্ধা, বসুন্ধৰী, চপানলা পৰ্ব্বত। কামৰূপ জিলাত —নীলাচল, উমানন্দ, নৰকাস্থৰ, বশিষ্ঠ, মিকিৰ, সন্ধ্যাচল, শৰণীয়া, হাজো, ভুবনেশ্বৰী, কেদামাধব, হাতীমুৰীয়া, নগৰবেড়া, মণিকণেশ্বৰ, নৱগ্ৰহ, অশ্বক্ৰান্ত পৰ্ব্বত। 0