পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

লিঙ্কনৰ এই প্ৰতিকৃতিটো ১৮৬০ চনৰ জুনমাহত এই
‘মহান মুক্তিদাতা’ই প্ৰেচিডেন্ট পদৰ বাবে মনোনয়ন পত্ৰ
পোৱাৰ এমাহ পিছত আলেক্‌জেণ্ডাৰ ফেচলাৰে আঁকে।