পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৺হিৰণ্যৰঞ্জন কলিতাৰ

হিৰণ্য-গ্ৰন্থাৱলী

প্ৰথম ভাগ ।

মূল্য—বোৰ্ড বন্ধা ৩৲ ,  ৰাজ সংস্কৰণ

 গ্ৰন্থাৱলীত তলত নাম দিয়া কিতাপকেইখন আছে আৰু সেই কেইখন বেলেগে কিনিবলৈকো পোৱা যায়।

 ১। হিৰণ্যৰঞ্জন (সচিত্ৰ জীৱনী আৰু গ্ৰন্থ-পৰিচয়)
 ২। বিপ্লবী আৰু বীৰনাৰী (কবিতা—নিষ্পেষিত আৰু নিৰ্য্যাতিতৰ তীব্ৰ অনুভূতিৰ প্ৰতিধ্বনি)
 ৸৹  ৩। বনফুল (কবিতা)

“কৰাঁ আজি নাশি শতেক অপায়
গৌৰৱ-মণ্ডিত তোমাৰ দেশ।”

মূল্য— ৸৹

 ৪। কলিযুগ (খুহুটীয়া কবিতা)
 ৫। মৌ-চাক (খুহুটীয়া কবিতা)

 “এইবোৰ কবিতাত লিখকে নিজে বহুৱা সাজি অইনক জাহিৰ কৰিছে। এইবোৰ কবিতাৰ উদ্দেশ্য কেৱল হঁহুওৱাই নহয় শুধৰোৱাও।”

 খুহুটীয়া কবিতাত ৺হিৰণ্যৰ ঠাই দেউতাকৰ লগতে।

দ্বিতীয় ভাগ (যন্ত্ৰস্থ)
হিৰণ্যৰঞ্জন গ্ৰন্থকুটী,
লম্বোদৰ বৰা ৰোড,
তেজপুৰ।