পৃষ্ঠা:আদি পাঠ (দ্বিতীয় ভাগ).pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[৩৯] ৩। গজ ফুট ইঞ্চি ১২ ইঞ্চি = ১ ফুট = ১৮ ইঞ্চি বা দেৰ ফুট=১ হাত ৩ ফুট বা দুই হাত=১ গজ 118081 নাম গাওঁ তোমাৰ নাম তলত লেখা পোঃ আঃ জিলা আজি তুমি জনশিক্ষ৷ অভিযানৰ পঢ়৷ কাম শেষ কৰিল॥ বোল৷ দেশৰ উদ্‌গতি হওক। মানুহৰ আয়ু, শ্ৰীধন বাঢ়ক। সকলোৰে জয় হওক। জয় অসমীয়৷ জাতিৰ জয়।