পৃষ্ঠা:আদি পাঠ (দ্বিতীয় ভাগ).pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ >*] আমি ইয়াত আঠজন মানুহ আছে॥ আমাক তামোল খাবলৈ এই বাটতে গাঁও- বুঢ়াই কুৰিখন তামোল দিলে। ভাগেপতি কেইখন কৈ পৰিব আৰু কিব৷ তামোল বাকী থাকিব নে? ভাগেপতি দুখনকৈ পৰিব। আৰু চাৰিখন তামোল বেছি হব। এইবোৰেই হৰণ অঙ্ক।