পৃষ্ঠা:আদিপাঠ- প্ৰথম ভাগ.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৮]

 

কৰিবা পঢ়ো পঢ়া
পঢ়িম পাৰিম পাৰা

 

মোৰ ঘৰ আছে।
তোমাৰ ঘৰ আছে নে?
তোমাক কি লাগে।
মোক কিতাপ লাগে।
তুমি কিতাপ কি কৰিবা?
মই কিতাপ পঢ়িম।
তুমি কিতাপ পঢ়িব পাৰা নে?
মই কিতাপ পঢ়িম।
তুমি কিতাপ পঢ়িব পাৰা নে?
মই কিতাপ পঢ়ো।
তুমি কিতাপ পঢ়া।
আমি কিতাপ পঢ়ো।