সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ৰামায়ণ। ৭১ শিখৰে সহিতে, চলে যেনগিৰি, ঘমে যেন দণ্ড ধৰি। আতি মদগৰ্ব্বে, কাকে। নডৰাই, গেদি যাই দৰ দৰি বোস্থৰে যেন, ইন্দ্ৰক ধাইলেক, দেখি প্ৰভু নক ম্পিলা। পৰিঘক লাগি, সহস্ৰ সংখ্যাত, প্ৰখৰ শৰ হানিলা। পৰিঘত পৰি, শৰ আগমুৰি, উৰিগৈলা দিশা দিশ | চাহি আছে ৰামে, বষিণ জলে, পৰ্ব্বতক কৰে কিস। পাছে খৰপতি, অস্ত্ৰ হানি ৰামে, দাম্ফি মাৰি যান্ত গেদি। পৰিঘে সহিতে, তাৰ বাম বাহু, দুইকো পেলাইলা ছেদি॥ বাহুৰ বিষত, ভৈলা শ্ৰুতি হত, দূষণ ভূমিত পৰিলা | সাতদ্বীপ পৃথি পৰ্ব্বত সহিতে, অনেক খসি পৰিলা॥