কৰে মেৰু টল বল।
ৰাক্ষসৰ পয়োভৰে।
খৰৰ ৰথক চাই।
তেজ পূঁয মাংসহাৰ।
আকাশত ৰাহু আসি।
নিৰ্ঘাত পৰয় আগে।
যেন শৃগালৰ ভাৱ।
দক্ষিণ দিশত বাৱ।
মুখৰ নিকলে জুই।
যেন মাংস ভুঞ্জিবাক।
ফান্দে বাম বাহু আঁখি।
কটাক্ষো নাহিকে তাৰ।
বলে সম নাহি মোৰ।
একেশ্বৰে জিনিবাক।
ৰাম লক্ষ্মণ দুই।
হেনয় আশ্বাস কৰি।
আকাশত দেব গণে।
ৰহিলন্ত শাৰী শাৰী।
জয় জয় ৰাম বুলি।
নাশিয়ো ৰাক্ষস গণ।
|
|
|
কাম্পে সব জল স্থল॥
কাম্পে ভূমি নিৰন্তৰে॥
শগুণ পৰিল যাই॥
বৃষ্টি ভৈলা একাকাৰ॥
গ্ৰহিলেক ৰবি শশী॥
গিৰি শৃঙ্গ বৃক্ষ ভাগে॥
গৰ্দ্দভে কাঢ়য় ৰাৱ॥
বৱে ঘনে ঝাকে ঝাক॥
ৰাক্ষসক চম্বু হুই॥
ঘনে ঘনে ছাড়ে ডাক
মহা উত পাত দেখি॥
চলি যাই চমৎকাৰ॥
জান মই বীৰ ঘোৰ॥
পাৰোঁ তিনি ভুবনক॥
মোৰ আগে কোন হুই॥
যাই বেগে দৰদৰি॥
যুদ্ধ চাহিবাক মনে॥
গাৱে গীত অপেস্বৰী॥
অংসখ্যাত বাহু তুলি॥
উাদ্ধাৰিও ত্ৰিভুবন॥
|