সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ৰামায়ণ। 80 দুৰ্ব্বাদল শ্যাম, দুলড়ি। সুবলিত ভ্ৰু দুই। প্ৰসন্ন বদন, তনু সুকোমল, কাম দেবো সম নুই॥ কমল নয়ন, LE চৰণ কমল, ৰঞ্জে মহীতল, যাক চিন্তে যোগীগণে। গাৱে বৃক্ষ ছাল, শিৰেজটা ভাৰ, হাতে শোভে ধনুবান। ৰামৰ পাশত, সীতাক দেখিলা, ত্ৰৈলোক্য মোহন সুন্দৰী। 1. পূৰ্ণ চন্দ্ৰ সম যেন চিত্ৰা দেবী, আছন্ত কৌতুক কৰি॥ সীতাৰ মুখক, চাহি ৰঘু ৰাই, কৰা কেলি পৰিহাস। লক্ষ্মণৰ ৰূপ, জগত মোহন, বনক কৰে প্ৰকাশ।