সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ৰামায়ণ। শিবে দিয়া চন্ত, ১৭ মহাধনু খণ্ড, মহা ৰাজা গণে, আক যি ভাঙ্গিতে পাৰে। তাহাঙ্কে সে সীতা, আপুনি বৰিব, শুনি আছে স্থৰাস্থৰে। আছোক ভাঙ্গিবে, নোৱাৰিলা গুণ দিতে। লা এহি ধনু খণ্ড, ভাঙ্গন্তোক ৰামে, সীতাক দিবো নিশ্চিত না পিতৃৰ বচন, শুনি মোৰ মন, বিছাট কৰে অধিক। দাৰুণ লোহাৰ, ধনু ভাঙ্গিবাক, ি প্ৰভুক বোলন্ত কিক বজ্ৰৰ সদৃশ, কঠিন ধনুক, নোৱাৰিলে কেছে৷ যাক। মধুৰ : ৰুতি, প্ৰভু ৰঘুপতি, কিমতে ভাঙ্গিবে তাক॥ বুলিলো পিতাক, নলাগে ভাঙ্গিতে, ইহাঙ্ক বৰিবো আমি। বিশ্বামিত্ৰে পাছে, ৰামক বুলিলা, ধনু ভাঙ্গিয়োক স্বামী॥