পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৯৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অসমৰ ফুল ক্ষমতাও অপৰিমিতকৈ বাঢ়িবলৈ ধৰিলে (১)। সেই কথাত ভা-ডাৰীয়া, ফা-ফুকন, ৰ-ৰাজখােৱা আৰু আন আন বিষয় সকলাে পেটে পেটে অসন্তুষ্ট হৈছিল। সেই আপাহতে কীৰ্ত্তিৰ বৰবৰুৱাক বধ কৰিবলৈ যড়যন্ত্র চলিবলৈ ধৰে। ৰংপুৰ নগৰত ১৮৫শকৰ কার্তিক মাহত কীর্তিক কোনােবা চৌৰে পিচৰপৰা ভিজিত গাৰে বা মাৰিলে, কথমপি নলি নিছিগিল। টেকেলা বৰাই সেই চৌক সাবট মাৰি ধৰি ৰাখিলে;সি এটা নাজিৰাটীয় গণক, নাম ৰতিকাত। (২) স্বৰ্গদেৱে তা-ভয়কৈ ইয়াৰ বিচাৰ কৰিলে। মণ বুঢ়াগােহাঞি ফৈদৰ নব্যৈাফুকন, ঘৰফলীয়া বৰুৱা, সুখুৰাখনৰ টকীয়াল বৰুৱা এমুখ্যে ভালেমান বিষয়ক অপৰাধী পাই আটাইকে স্বৰ্গদেৱে সমুচিত ও বিহিলে। তাৰ পাচত, সেই আপাহতে, মাদুৰিয়াল বৰগােহাঞি ডাক্ষৰীয়াই “চকৰি কেটী” নামেৰে এখন বুৰী উলিয়াই তাত বকতিয়ালৰ ঘৰ অলমবটা' বুলি প্ৰচাৰ কৰে (৩)। তদুপৰি, এদিন কীর্তিচন্দ্ৰ বৰবৰুৱাই কাড়ী-কাকত পৰী কৰোতে এটা কঁাড়ী লেখত নাপাই বিচাৰ নাৰ কৰালে, কিয়নাে কঁাড়ী গােপন গুৰুতৰ অপৰাধ। পিচে, এনেতে এখন বাই মৰণত শৰণ দি এই বুলি আঁঠু ললে, “দেউতা ঈশ্বৰে । লেখিছে; গা লেখিলেই হেৰােৱা কঁাড়ী ওলাব।” বুদ্ধিমান বৰবৰুৱাই বুজি উঠিল যে তেওঁ নিজেই সেই ঝড়ী ; তেওঁ কাড়ী-কাকতৰপৰা নাম নকটোৱাকৈ,আৰু চমুৱা নােহােৱাকৈয়ে কাড়ীৰপৰা পিয়াই বিষয়ালৈ উঠিছিল। এইবােৰ কথাত অপমান পাই, আগলৈকো তাৰ অই মাৰিবৰ অর্থে, কীর্তিচন্দ্ৰ বৰবৰুৱাই, ৰাজ-অজ্ঞাৰে সৈতে, যাৰ ঘৰত যি বুৰঞ্জী আছিল, আটাইবােৰ নাই গােটাই লৈ ভালেমান লাগতিয়াল বুৰঞ্জী পুথি পুৰি ছাই কৰিলে ! কীর্তিচন্দ্র ৰৰ যদিও নিজৰ বুজি বলেৰে বৰ মানুহ হােৱা এজন বিচক্ষণীয়া ৰাজনৈতিক পুৰুষ আছিল, তথাপি এই বুৰঞ্জী পােৰ আখ্যাতি ছাই-চেকা তেওঁৰ জীৱন-চৰিতৰপৰা মচিলেও মচা নাযায়! সমসাময়িক ভাৰত বুৰীৰ কথা :—এই যুগতে মােগল ৰাজক্ষমতাৰ অধঃপতন হয়। সম্রাট আওৰেৰেৰ মৃত্যুৰ পাচত, ৰাজপাট লৈ মােগল উত্তৰাধিকাৰীবিলাকৰ মা মােকামােৰা লাগি সিবিলাক ক্ৰমাৎ দুর্বল হৈ পৰে। সেই ছেলে শাহ, ২ শিবাজী, বালাজী বিশ্বনাথ, ৰাজীৰাও প্রভৃতি হিন্দু ৰাজকোৱৰসকলে মূহমানৰ বিৰুদ্ধে উঠ, কোলাপুৰ, চেতা, হায়দৰাৰা, মহাৰাষ্ট্ৰ এইবােৰ ৰাজ্য স্বাধীন কবি ভােল; সিবিলাকৰ সহানুভূতিৰ বলতে পছি ভাৰতত ৩ট, গােয়ালিয়ৰ এভৃতি ৰাবােৰৰ এখীন হৈ উঠে। ইতিমধ্য পাৰদেশৰ ৰা নাৰীৰচাৰে ভাৰতবৰ আক্ৰমণ কৰি নােগল বৰ ভৰপৰা দিয়ীকে আদি কৰি ভালেমান আল কাটি নয়হি।, ইতিহেগতে ইউৰী ৰেপেৰুৱা ৰামৰে সৈতে ইংরা ফী কোম্পানিয়ে নিৰিলাৰৰ (১) “বিয়েপতি একোজনকৈ কী বৰ এগ উন না । আযেৰু মা কে চদা মলম লা এলে নি চুল যখন মুখ কাকে আগত ৰা, পেল আরাে বলে- ( নিমফুল, পা। (৩) বিল-খালি গােহাৰি দিকে মুখ খুলি।