পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৭১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


মণিপুৰৰ যুত উপায় কৰিৰ নােৱাৰি, গভীৰচিং আকৌ কাছাৰলৈ উলটি আহিব লগাত পৰিল। কাছাৰলৈ উলটি আহি গভীৰচিঙ আকৌ ককায়েক চৌৰজিৰ ওপৰত আক্রমণ হালে। চৌজিতে কাছাৰত তেওঁৰ অধিকাৰ ইষ্ট-ইণ্ডিয়া কোম্পানী এৰি বি, এটলৈ গুচি গ'ল। গভীৰছি দক্ষিণ কাছাৰৰ গৰাকী হৈ ৰ'ল। তাৰ কিমান দিন পাচত, বৃটি, গৱৰ্ণমেণ্টৰ সহায়ত ১৮২৩ খ্রীষ্টাব্দত গভীৰটিং আকৌ মণিপুৰ ৰা হয়গৈ। তাৰ পাচত, ব্ৰহ্মা ৰজাৰ সেনাই মণিপুৰ, কুৰৰ উপত্যকাআৰু তাৰ ওচৰৰ ঠাইবিলাক এৰি দি, লাহে লাহে আঁতৰি যাবলৈ ধৰিলে। ১৮২৬াৰৰ ২০ ফেব্ৰুৱাৰীত হােৱাইয়া গতি সূত্র অনুসৰি (১) ব্রহ্মা ৰজাই গভীৰচিঙক মণিপুৰৰ ৰা বুলি স্বীকাৰ কৰিলে। | চ র্তিটিং:—গভীৰচিঙৰ নােকা হােৱাত, তেওঁৰ দুৰছৰীয় নাবালক পুত্র চকীৰ্তিচিং পিতৃ-সিংহাসনত বলা হয়। তেওঁ ১• ৰহমান নামত মাখােন যা হােৱাৰ পাচত, মায়েক নজিতচিঙৰ লগত বিবাদ কৰি, ১৮০০ খ্রীষ্টাব্দত কাছাৰলৈ পলাই যায়। | নৰতিনি আৰু জেনেছি—চকীৰ্তিচিং আপুনি দেশান্তৰিত হােত, নজিতচিং ৰা হয়। নৰতিচিঙে সাত বছৰ নির্বিবাদে ৰাজ কৰাৰ পাচত, ১৮৫১ Wাত ভায়েক নেবে চিঙে তেওঁক বধ কৰি নিজে বলা হয়। | কার্তিটিং (২য় বাৰ):-মেৰেচিঙে চাৰি বছৰ মাখােন ৰা কৰোতেই, চকীৰ্তিচিঙে ৰণৰল গােটাই লৈ মণিপুৰ আক্ৰমণ কৰেহি। দদায়ক দেবেচিঙে সেই আক্রমণ সহিব নােৱাৰি কাছাৰলৈ পলাই যােৱাত, চন্দ্রকীৰ্তিচিঙে পি-সিংহাসন পুনঃ লাভ কৰে। তাৰ পাচত, দেখেছি কেইবাৰৰ মণিপুৰ আক্ৰমণ কৰি বিফল মনােৰ হয়। চকীৰ্তিচিং এজন বৰ সুৰু ৰা আছিল। ১৮৭৯ রাত তেওঁ ••• মণিপুৰী সেনাৰে সৈতে নগা পৰ্বতৰ খন ৰণত’, বৃটি, গৱৰ্ণমেণ্টক সহায় কৰিছিল। কীর্তিচিঙে ১১ গৰাকী মহিষীৰপৰা ১০ জন পুত্ৰ আৰু গৰাকী কয় লাভ কৰে। ১৮৮৬ টাৰত তেওঁ বগী হয়। | এটিং-চকীৰ্তিচিঙৰ লােকাষৰ হােত, তেওঁৰ পুতেক মুমি যা হয়। তেওঁ এখন তায়ে ফুলচত্ৰক যুৱৰাজ আৰু তৃতীয় আয়েক টিকেতিক যাই সেনাপতি পাতে। তেওঁৰ ৰাজৰ তিনিবছৰমান হওঁতেই ভ্রাতৃবিৰােধ উপস্থিত হয়; আৰু তাৰ ফলস্বৰূপে, ১৮৯১ ষ্টাৰত মণিপুৰত এটা ভয় বিদ্রোহ টে। সেই বিদ্রোহ মালৈ যাওঁতে, মণিপুৰত অসমৰ চীফ-কমিচনাৰ মনৰেৰােল মিঃ কুইন্টন না পলিটিকেল এজেন্ট, মিঃ খ্রিষ্টত প্ৰমুখ্যে পাঁচজন বৃটিচ কৰ্মচাৰীক ছলকৈ ঠেকত পেলাই ত্যা কৰাৰ অপৰাধত, সূচক দেশান্তৰিত কৰি, কুলচক আন্দামানলৈ নিলেন কৰায়; টিকেজিত আৰু চাল জেনেৰেলৰ ফাটি হয়। | এটিং:-মুচলচিং আৰু তেওঁৰ ভায়েকালৰ ভিতৰ পূৰ্বাপৰ ব্ৰাহুত্রো চলি একা হেতুকে, বৃষ্টিচ গৱৰ্ণমেন্টে সিবিলাকৰ ফৈদৰ বংশধৰক হাত পেলাই, লায়েক নজিতচিঙৰ পাচ ৰীয়া নাতিকোৱৰ চুঙাচক ১৮৯১টাত মণিপুৰৰ ৰজা পাতে। তাৰপৰা ৰমানৰ পাচ, চাচি মণিপুৰৰ বর্তমান বাৰু মহাৰ বিলবে ঝিবি ফা হৈছে। || ১১ ইং সনে ম মুসৰি অাৰ ৰা সৰ এৰি এৰি ৰি