পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২৪ অসমৰ বুৰঞ্জী গল, শিলিখাতল, যিহিং, দিন, কাটনিপাৰ, ডিবুক, বলমি, চোখ, মালি, মৈৰামৰা, চলিহা, নিকামূল, ৰালি, বৰালিম, বুদবাৰী, ন-মাটি, খট, মোৱামৰা, মূৰাৰী, গলগোমা, ঠাণগুৰি, ব্ৰহ্মচাৰী, বৰগাও ইত্যাদি। সমসাময়িক ভাৰত বুৰঞ্জীৰ কথা অসমত আহোম ৰাজৰ আদিছোৱা ভাৰতত মুছলমান ৰাষৰ মাছোৱাৰ লগত মিলে। অসমত আহোম ৰাজৰ মাজহোৱা ভাৰতত বৃটিচ ৰাজত্বৰ দিছোৱাৰে সৈতে যিলে। সেই আপাহতে ভাৰতত মোগল সম্ৰাট আৰু বৃটিচ সম্ৰাটৰ দৰে, অসমত আহোম ৰাক অসম সম্ৰাট ৰোনা হয়; যি ৰাৰ্থত মোগলষক দিৱীখৰ আৰু বৃটিচৰাক তোৰ বোলা হয়, সেই ভাৰাৰ্থতে আহোমৰামক সৌমাৰেশ্বৰ ৰা কামৰূপেশ্বৰ বোলা যায়। মুছলমান আৰু আহোমৰ পতনৰ মূল কাৰণে একেটা-দুয়োটা ৰাজক্ষমতা নাকাল ফল পেই অধঃপাতে গল; আৰু সেই ছেগতে বৃটিচৰাজে অসম আৰু ভাৰত সাম্ৰাজ্যত খোপনি পিটি লৈ ক্ৰমাৎ উধাব লাগিছে। সৌমাৰত আহোমৰ প্ৰৱেশ আৰু আৰ্যাৰ মুছলমানৰ প্ৰৱেশৰ সম্পূৰ্ণ ৰিজনি খাটে; ভাৰতৰ পূব-কোণেছি আহোম পাটকাই দুৰাৰেদি সৌমাৰত সোমাইছিল, পছিম-কোণেদি ঠিক সেই দৰেই খাইৰাৰ দুৱাৰেদি মুছলমান আৰ্য্যাৱৰ্তত সোমাইছিল। সদৌশেহত, একে দোষতে আহোম আৰু মুছলমান দুয়ো ক্ষমতা একেদৰেই বৃটিচ ৰাজক্ষমতাত বিলীন হ’ল। চতুৰ্থ খণ্ড আধ্যা-১ | কোচ ৰজা কোচ-জাতি কামৰূপৰ আদি অধিবাসী মানুহ। ইবিলাকৰ অতিৰি ৰৰেং নেছ ৰা কছাৰী জাতিৰপৰা ওলাইছে। এই বংশ মানুহ গোটেই অসমত ব্যাপৃত হোৱাৰ পাচৰপৰা, ‘কোচ’ শব্দটো উনি আৰু নামনি অসমত দুই ভাৱে বৰত হয়। উজনিৰ কোচবিলাকে ইয়াক হিন্দু এটা জাত বা ফুলৰ নাম বুলি ধৰে, আৰু নামনিৰ বিলাকে এইটো ৰশৰ নাম বুলিহে ধৰে। অগত, নামনিৰ বিলাক মত হে ৩। চাৰ এভোঙ গেইটৰ মতে, উজনি অসমৰ কোৰিলাক হিন্দু হোৱাৰ | ‘he kindon of Acnn w an arla period flourishing and powerful, ed spable o nanding toth an army a tour hundred thousand men, but the alon o hoon nu sep war subdued by the monarch of ne, who can be cons to the bone of the ৫an by the spur of Gous and | p. Cock and the counior to be a o hococon format + c the tonion="aodaeton at the auto; to be aion he Mor" Mon Re was at a by Brundhara