পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৭৯ বিধবা বিলাপ। পাতিছে ভাৱনা মায়া, নকৰি প্ৰণীক দায়া ৰাতি পুৱা হলে কৰ কোন কৈলে যাব। অচিনাকী হব আই ভাই বন্ধুগণ। বিধবা বিলাপ। বাঢ়িছিলো সাদৰত মাতৃৰ কোলাত। কৰিছিলোঁ৷ ৰঙ্গমনে পিতৃৰ সাক্ষাত। ভোগিলে অমৃত ক্ষণে মাতৃত খুজিয়া। দুঃখ যোনো পাৱে আই আছিল চাহিয়া॥ যিব খোজে। পিতৃ স্নেহে দেন্ত বেছি কিনি, নাপালে জীয়াই যোননা হৈব অভাগিনী।। পিন্ধি উৰি সমনীয়া সখীৰ লগত, ৰূপ গুণ গন্ধুয়াই ফুৰিলোঁ গৰ্ববত। পিতৃ মাতৃ সদ। মোৰ কাৰ্যক আপেক্ষি, মোৰ অনুৰূপ দৰা কৰিছিল দেখি। ভাল বাছি পিতৃ বস্ত্ৰ দেম্ভ মৰমত। তাকে ফালি চিৰি পেলাই দিছিলো খঙ্গত। ৰোহত নেখাই ভাত আছিলো শুইয়া। স্নেহে মাতৃ খুয়াইছিল অন্নক মাতিয়া। কৰ্ত্তব্য কাৰ্যক নিশিকিলে মোৰ আই। খঙ্গিৱন্ত ক্ৰোধভাব মুখত দেখায়। মহাখঙ্গে ময়ো নিন্দিছিলো তাসম্বাক। মুহূৰ্তেক নেভাবিয়া শেষৰ দশাক। বৰ আনি পিতৃ মোক বিবাহক দিল। উভয়ৰ সুখ ইচ্ছি বিস্তৰ পূজিলা।