পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসম দেশৰ ডাঙ্গবিয়া গন প্ৰভৃতি বিসয়াব নিবন্ধ | ৭৫ কামলি পাই; ডেকা অধিকাৰে জোৰ কলাপাত পাই। বৰ চৰাত হলে উতৰ টুপৰ পৰা একোঠা সেমাই, তাতে ঢাবি কঠতে কাপৰৰ তলচা বৰগৰু লৈ বহে। ইতৰ সকলে কামলি দিলেহে পাই; নিদিলে কোনো সকলে কলাপাত পোআও- আচে। নোপোআও আছে। এবং সৰ্গদেৱক সাখ্যাত কৰাত চাবি সত্ৰিআক বাপু, তাতকৈ নাম মহন্ত, তাতকৈ নাম মেধি, এই এমে বোলে। এই মহন্ত সকল বৰবৰুআব তাৰে চোকৰ ধৰা বৰাৰ দ্বাৰা চলাচল কবে। গুআটিত হলে সতিয়া বৰু। এটা বৰ ফুকনব তাতে থাকি চলকৰ কৰে। পৰবতিয়া গোসাঁই সকলক গৰ ভিতবলৈ অনাত সৰ্গদেৱৰ দুলিয়াই পহি ঢাঙ্গিৰে বা বিদেশী ননকিকেই অনে, আগত বাখৰ পতা সোনব চুলাবে পানি জাপি গানে। অৰৰ মুখৰ বাওলিৰ ভিতৰ দুগৰ ঘৰৰ বাহিবে সেই খনিতে সেই চাঙ্গি এবে; তাতে ঘোৰাত উঠি বানত সিয়া বৰজাপি ওপৰত বৰাই গোসাঁই খবৰ জখল মুখৰ চাউডাঙ্গ চৰাৰ ওচৰলৈকে আহি, তাতে ঘোবাব পবানামি পইজাবেবে জখলা মুখলৈ গৈ, তাতে পইজাৰ পিক পেলো ডাব এবি, গোসাই ঘৰব টুপতে বঙ্গা গঙ্গাত বহে গৈ। আগতে কাসৰিয়াকৈ নিয়লিৰ সৰাই ও উপহাৰৰ সবাই থই; এক কাসৰে তাওকিনে গামোচাই গই। পাচে সগদেও আহি সেই টুপতে বনিতত বহি, গোসাইক সেৰা কবে। গোসায়ে মুবতে নিম্মালি দি ধৰি সৰ্গদেৱক আশীৰ্বাদ কৰে। এনেতে চোলাধৰা ফুকনে, জদি ফুকন নেথাকে, গোসাই ঘবিয়া কৰ্ম্ম কাৰক খুকনেই গোসাইক ভেটাই, আৰু ঘৰত সততে গোসাই বাত ওপৰত পানকটা চন্দোঅৰি তবে। পহু মবিয়া গোসাই সকলৰৰ এয়ে ক্ৰম; কিন্তু সেনৰ চুলাৰ বাখৰ, ও ঐ চন্দেগিৰি, ৰহাত বঙ্গ। কামলি, ও নলকি, এই কেই বিধ নাই; বগা কামলিতহে বহে। আৰু পৰবতিয়া গোসাই ঘৰৰ নাতি গোসাইবে। পতিয়া গোসাইৰ দৰেই ক্ৰম। এই নাতি গোসাই ঘৰৰে পহু মবিয়া গোসাই সকল সিস্য। এই হেতুকে ঐ তাৰতম্য থাকিল, এবং বাজ ঘৰত কদাচিত একত্ৰে বহ হলেও মাজত ঠকুৰা লগা অৰিব। দিএ।। বিসয়া পতাৰ স্থান নিয়ম। | তিনি জনা ডাঙ্গবিয়া পাতিব লাগিলেই, বৰ চৰাৰ উতৰ টুপৰ ঘৰিয়াল ধৰা খুটাতে ধৰাই বা ওচৰতে থিয় কৈ সৰ্গদেৱৰ অজ্ঞা সুনালেই কাপৰ দিএ, তাতে ডাঙ্গৰিয়া বহে, অন্য বোৰ মানুহ দস্তুৰ মতে তালৈ বহে। পাচে কথা সুনুঅ সকলে