পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৰ ধৰ্ম্ম। ২৬১ আৰু চাকৰি কৰিম বুলি শিক্ষা কবও অধমৰ কৰ্ম্ম। পৰৰ মায়া জালত বন্ধ নাই নিজ ইষ্ট দেৱতাক চিন্তাই আমাৰ প্ৰকৃত কৰ্ম্ম। আমাৰ ইষ্টদেৱতাক আমি কত- বাতেই এৰিলোঁ। আমাৰ কি ইষ্ট কি অনিস্ট বিচাৰিব বা চিন্তিবৰ আজৰি নোহোৱাত পৰিল। এতিয়া দাস হোৱাই ইষ্ট কৰ্ম্ম হৈছে। এতিয়া ব্ৰাহ্মণেই দাস হল। শুদ্ৰে দাস বুনিবলৈ ঘিণ কৰে, কি ঘিণৰ কথা। এতিযা মোৰ কলি কাল। জ্ঞান অজ্ঞানব ভেদাভেদ নাই। ভাল বেৰ বিচাৰ নাই। জাতি জাতিৰ বোধ নাই। অন্য পৰ জ্ঞান নাই। নিজৰ হিন্দু জাতিৰ শ্ৰেষ্ট পুৰুষ গণৰ দাস হলেই লাজ। অজাতিৰ দাস হলে দাস হোৱা নহয়। ডাঙ্গৰীয়াব দেবতা হেৱা। প্ৰতো। কিনো মুখালীয়ে আমাৰ মানুহক চুলে। এতিয়া তোমাৰ লৰা কত ছোৱালী কত। তিৰোতা কত? পিতা কত, মাতা কত, বন্ধু বান্ধৱ কত ঠিকনা নাই। বাবুটী সদাই পৰৰ হৈ খাটোতেই তোমাৰ দিন যায় তুমি আকে। ডাঙ্গাযা দেওতা? তোমাৰ ডাঙ্গৰীয়া হোৱাৰ আহিল। পাতি তোমাৰ লগত আছে নে নাই এবাৰ ভাবি নোচোৱা কিয়? তুমি কি জানি ডাঙ্গাযাব আহিলা পতিকেই দেখা নাই। তুমি সৰুত- কৈও সৰু নহলে তুমি ডাঙ্গৰীয়া বুলি মাতিলেই বিয়ে কিকি পৰা? যায় জ্ঞান নহলে, স্বাধীন চিন্তা নহলে, নিজব ইট দেৱতাৰ পূজা হলে, নিম গুৰুৰ আদেশ, উপদেশ পালন নকৰিলে আমাৰ মহাজন বিলাকৰ বাট নললে, পৰৰ ধৰ্ম্ম ভয় জনক জ্ঞান নহলে, সুধম্ম নিধন হোৱা শ্ৰেষ্ঠ বুলি জ্ঞান নহলে, আমাৰ কেতিয়াও শবৃদ্ধি নহয়। আমি এতিযা লক্ষীছৰ।। লক্ষমা ছাৰ দিলে যি হব লাগে আমাৰ সেযে হৈছে। আজি খালে কালি খাবলৈ নাই। হাহাকাবেই আমাৰ এতিয়া হৰিৰ নাম ঘৰত লক্ষী থাকিলেহে হবিব নাম মুখেদি ওলাব। লক্ষী যত হৰি তত, অনিন্দ তত। | তোমাৰ আনন্দ কৰিবলৈ কি আছে? তালপ মান চিন্তা কবি দেখাচোন। বান্দী গোলাম মুক্ত কৰিলে কিন্তু এতিয়। আমি আমাৰ বান্দি গোলামত কৈ বান্দি গোলাম হলো। অধম হলো। নকৰিলেই খাবলৈ নাই। এতিয়া খাটি খাবলৈ শিকনিৰ ঠাইত শিকাই লোৱা। তোমাৰ অৰ্জনেৰে তোমাৰ তিৰোতাক পুহিবলৈ নুজুৰিব। নিজে লৰাই তিৰোতাই আজ্জিব পাৰিলেহে যদি এমুঠা খাবলৈ পোৱা। নহলে মৰণ। এনে দুখত থকাতকৈ মৰি যোৱাও ভাল। কিয়! অমূল্য মানব জীৱন ধৰি মৰণ চিন্তাতকৈ জীৱণৰ উপায় চিন্তাহে জ্ঞানীৰ কৰ্ম্ম, প্ৰকৃত পুৰুষৰ পৌৰুষালী। যেতিয়ালৈকে দুঃখজনক দাস বৃত্তিলৈ আমাৰ ঘিণ নালাগে তেতিয়ালৈকে আমাৰ শ্ৰীবৃদ্ধি নহয়।