পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ চানেকি। | এই সকলো ধনৱন্ত ৰাজ্য আৰু অন অনি ধনি মহানগৰবোৰ মহমদৰ লুট কৰাৰ ইচা প্ৰকাশ হল। তেওঁ প্ৰথমে দোআবৰ মাজে থকা মিঠ নগৰক আক্ৰমন কৰি ললে, আৰু তাৰ ৰজা বন্দি সালত পৰাতকৈ পলাবলৈকে উপাই কৰি জয়জুক্ত মহমদক লুট কৰিবলৈ মিৰঠ নগৰ এৰিদি আপুনি পলাই গল। মাবিন নামে জমুনাৰ তিৰত থকা এটা কেঁাঠে মহমদৰ অস। জনমালে, তাৰ ৰজা কালাচন্দ্ৰ চুলতানৰ আগত নম্ৰ হবলৈ থিৰ কৰি সৈন্যে সমনিতে কেঁঠৰ পৰা বাহিৰ ওলাল। কিন্তু জেতিয়া মহমদৰ লগত নিৰ্বন্ধ কৰিচিলে, সেই সময়ত গজনিনৰ সৈন্যবিলাকৰ কটু বাক্যৰ দোআৰাই ৰজাৰ সৈন্যবিলাকৰ খঙ্গ উঠিল; তাতে এক মহা আপদ ঘটিল, সেসে হিন্দু সৈন্যবিলাকৰ সংহাৰ হল। সেই মহা বধৰ কালত কালাচন্দ্ৰ ৰজা আপুনি পৰিয়ালেসৈতে নদিৰ মাজত পবিল; আৰু মৰনতকৈও পৰৰ অধিনত অধিক ভই কবি আপনাৰ তিৰি পুত্ৰ বোৰক নষ্ট কৰি সেসে আপুনিও প্ৰান তিয়াগ কৰিলে। পাচে সেই কেঁাঠ তেতিখনে মহমদৰ হাতত পৰিল, আৰু তাৰ মাজত তেওঁ ৭০ ৰনুআ হাতি আৰু অনেক লুট কৰা বস্তুকে। পালে। নিস্তাব উপাই। | The way of Salvation. সংসাৰ জুৰিয়া প্ৰানি আচে জত জত, কৰে একেবাৰে প্ৰনাম সবাৰ, চৰণত, মই নিবেদন কৰে। ক্ৰিতাঞ্জলি কৰি, অমিত সমান বাক্য সুনা কৰ্ণ ভৰি। দেখিওক বন্ধুগন ভাবিয়া মনতে, সমস্তে সংসাৰ প্ৰানি ডুবিচে পাপতে; দুৰাচাৰ হৈয়া সবে কৰে নানা পাপ, সেই হেতু প্ৰজলিত ইস্বৰৰ সাপ।