পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৪২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬১
চণ্ডি।

ৰঙ্গনাথ দ্বিজে ভণে  শুনিওক সৰ্ব্বজনে
  দুৰ্গা পদে কৰিয়া ভকতি।
ছাৰিওক আন কাম  ঘূষিয়োক দুৰ্গা নাম
  তেবে সুখে সাধিবাহা গতি॥